কাটুশ্বিকা হ'কচাই
From Wikipedia, the free encyclopedia
Katsushika Hokusai (葛飾 北斎?, October 31, 1760 (exact date questionable) – May 10, 1849) কাটুশ্বিকা হ'কচাই এগৰাকী খ্যাতনাম জাপানী চিত্ৰকৰ৷[1] টকিঅ'ত জন্ম গ্ৰহণ কৰা এইগৰাকী চিত্ৰকৰক তেওঁৰ জাপানৰ প্ৰখ্যাত 'woodblock printing' ৰে কৰা Thirty-six Views of Mount Fuji (富嶽三十六景, Fugaku Sanjūroku-kei?, c. 1831) নামৰ চিত্ৰসমূহৰ বাবে বিশেষভাৱে জনা যায়৷ এই চিত্ৰসমূহ তেওঁ 'মাউন্ট ফুজি' পৰ্বতৰ প্ৰতি থকা আগ্ৰহ আৰু জাপানৰ পৰ্য্যটনৰ উৎকৰ্ষ সাধনৰ বাবে তৈয়াৰ কৰিছিল বুলি জনা যায়৷[2]
ক্ষিপ্ৰ তথ্য কাটুশ্বিকা হ'কচাই, নাম ...
কাটুশ্বিকা হ'কচাই | |
---|---|
১৮৩৯ চনত অঁকা এখন আত্মপ্ৰতিকৃতি | |
নাম | ট'কিটাৰো |
জন্ম | ৩১ অক্টোবৰ এড' (বৰ্তমানৰ টকিঅ'), জাপান |
মৃত্যু | ১০ মে', ১৮৪৯ (৮৮ বছৰ বয়স) এড' (বৰ্তমানৰ টকিঅ'), জাপান |
দেশ | জাপানীজ |
পেচা | চিত্ৰশিল্প |
কৰ্মৰাজী | দ্যা গ্ৰেট ৱেভ |
প্ৰভাৱ | কাটশ্বুকাৱা, কনো মাশ্বানবু |
প্ৰভাৱ পেলায় | হিৰোশ্বিগে |
বন্ধ কৰক