কলীমূৰী হাঁহ
From Wikipedia, the free encyclopedia
কলীমূৰী হাঁহ (ইংৰাজী: Eurasian Teal or Common Teal, বৈজ্ঞানিক নাম-Anas crecca) এটা সচৰাচৰ দেখিবলৈ পোৱা আৰু বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে নাতিশীতোষ্ণ ইউৰেছিয়া অঞ্চলত প্ৰজনন কৰে আৰু শীতকালত দক্ষিণলৈ পৰিভ্ৰমণ কৰে৷[2] ই জাকপাতি বাস কৰে আৰু প্ৰধানকৈ জলাশয় সমূহত চৰি ফুৰা দেখা যায়৷
ক্ষিপ্ৰ তথ্য কলীমূৰী হাঁহ (Eurasian or Common Teal), সংৰক্ষণ স্থিতি ...
কলীমূৰী হাঁহ (Eurasian or Common Teal) | |
---|---|
মতা কলীমূৰী হাঁহ উৰন্ত অৱস্থাত | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
মহাবৰ্গ: | Galloanserae |
বৰ্গ: | Anseriformes |
পৰিয়াল: | Anatidae |
উপপৰিয়াল: | Anatinae |
গণ: | Anas |
প্ৰজাতি: | A. crecca |
বৈজ্ঞানিক নাম | |
Anas crecca Linnaeus, 1758 | |
Global range. Bright green: summer only Dark green: all year Blue: winter only | |
সমাৰ্থক | |
Anas crecca crecca Linnaeus, 1758 |
বন্ধ কৰক