উদ্বেগজনিত ব্যাধিগ্ৰস্ত প্ৰখ্যাত ব্যক্তিসকলৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি / From Wikipedia, the free encyclopedia
বিভিন্ন উৎসৰ দ্বাৰা প্ৰক্ষেপিত তথ্যৰ পৰা দেখা যায় যে, পৃথিৱীৰ বহু প্ৰখ্যাত ব্যক্তিৰ উদ্বেগজনিত ব্যাধি কোনো ৰূপত আছিল বা আছে। তেনে প্ৰখ্যাত ব্যক্তিসকলৰ বহুজনে নিজস্ব ব্যাধিৰ ৰূপ ৰাজহুৱাও কৰিছে। উপলব্ধ এনে ৰাজহুৱা তথ্যৰ ভিত্তিত অথবা তেওঁলোকৰ সৈতে জড়িত বিশ্বাসযোগ্য সূত্ৰৰ আধাৰত নিম্নোক্ত তালিকাখন প্ৰস্তুত হৈছে। মন কৰিবলগীয়া যে, সঘনাই আলোচিত আন এক বিষয় সৃজনশীলতা আৰু মানসিক স্বাস্থ্যৰ সৈতে এই ব্যক্তিসকলৰ উল্লেখ প্ৰায়েই জড়িত হৈ থাকে। এই তালিকাখনত মৃত ব্যক্তিৰ ক্ষেত্ৰত ভূতাপেক্ষ বা পূৰ্বৱৰ্তী ৰোগ নিৰ্ণয়ৰ দ্বাৰা প্ৰাপ্ত তথ্য, কেৱলমাত্ৰ মূলসুঁতিৰ শিক্ষায়তনিক সূত্ৰৰ দ্বাৰা প্ৰতিপাদ্য প্ৰতিক্ষেপক হ'লেহে উল্লেখিত হোৱা উচিত। কোনো ব্যক্তিৰ ক্ষেত্ৰত তেওঁৰ ব্যাধি সম্পৰ্কীয় তথ্য মূলসুঁতিৰ বিশ্বস্ত সূত্ৰত সঘনভাৱে উল্লেখিত হ'লেহে এই তালিকাৰ অন্তৰ্ভুক্ত কৰা উচিত।